പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গ্রহণ কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গ্রহণ কৰা   ক্ৰিয়া

അർത്ഥം : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : লোৱা

അർത്ഥം : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ഉദാഹരണം : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

പര്യായപദങ്ങൾ : লোৱা, স্বীকাৰ কৰা

അർത്ഥം : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ഉദാഹരണം : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

പര്യായപദങ്ങൾ : লোৱা, স্বীকাৰ কৰা