അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰোবাৰ পৰা কিবা লোৱা কার্য
ഉദാഹരണം : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
പര്യായപദങ്ങൾ : লোৱা-
അർത്ഥം : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গ্রাস
അർത്ഥം : নিজৰ কৰা বা গ্রহণ কৰা কার্য
ഉദാഹരണം : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
പര്യായപദങ്ങൾ : মঞ্জুৰ, স্বীকাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക