പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গোলাম എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গোলাম   বিশেষ্য

അർത്ഥം : নিজৰ সেৱা কৰোৱাৰ কাৰণে মূল্য দি ক্রয় কৰা ব্যক্তি

ഉദാഹരണം : পুৰণিকালত দাসীৰ ক্রয়-বিক্রয় হৈছিল

പര്യായപദങ്ങൾ : দাসী

അർത്ഥം : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ഉദാഹരണം : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

പര്യായപദങ്ങൾ : অনুচৰ, আলধৰা, কামলা, গেবাৰ, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা, সেৱক

গোলাম   বিশেষণ

അർത്ഥം : যি আনৰ অধীন

ഉദാഹരണം : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়

പര്യായപദങ്ങൾ : অধীন, পৰবশ, পৰাধীন