അർത്ഥം : কোনো কথা আদি প্রকাশ নকৰা
ഉദാഹരണം :
তুমি এই কথা সকলোৰে ওচৰত কিয় লুকুৱালা
പര്യായപദങ്ങൾ : লুকুৱা
അർത്ഥം : চকুৰ পৰা আঁতৰ ্ কৰা বা আনৰ দৃষ্টিৰ পৰা বচাই থোৱা
ഉദാഹരണം :
মই ৰাণীৰ কিতাপখন লুকুৱাই থʼলো
പര്യായപദങ്ങൾ : লুকাই থোৱা, লুকুওৱা