അർത്ഥം : বিদ্যা বা কলা শিকোৱা ব্যক্তি
ഉദാഹരണം :
গুৰুৰ অবিহনে জ্ঞান প্রাপ্তি নহয়
പര്യായപദങ്ങൾ : উস্তাদ
അർത്ഥം : যিজন কলাকাৰে সিদ্ধি লাভ কৰিছে
ഉദാഹരണം :
সমাজত গুণী কলাকাৰৰ যথেষ্ট অভাৱ
പര്യായപദങ്ങൾ : ওস্তাদ, কলাগুৰু, গুণী কলাকাৰ
അർത്ഥം : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধ্যাপক, আচার্য, পণ্ডিত, শিক্ষক, শিক্ষাগুৰু