അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
ഉദാഹരണം : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
അർത്ഥം : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
ഉദാഹരണം : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
പര്യായപദങ്ങൾ : পিটিকা
അർത്ഥം : কুটা বা পিচি গুৰি কৰা কাৰ্য
ഉദാഹരണം : মছলা পিচা হʼল
പര്യായപദങ്ങൾ : পিচা, বটা
ഇൻസ്റ്റാൾ ചെയ്യുക