അർത്ഥം : যি ইন্দ্রিয়ৰ যোগেদি প্রাণীয়ে সন্তান জন্ম দিয়ে
ഉദാഹരണം :
ইয়াত জননেন্দ্রিয় ্সম্পর্কীয় ৰোগৰ চিকিৎসা কৰা হয়
പര്യായപദങ്ങൾ : গুপ্তাঙ্গ, জনন ইন্দ্রিয়, জননেন্দ্রিয়
അർത്ഥം : পুৰুষৰ জনন কার্যৰ লগত সম্বন্ধিত অংগ
ഉദാഹരണം :
যি লোকৰ পুৰুষাংগ নিষ্ক্রিয়, ্ তেওঁলোকে সন্তান জন্ম দিব নোৱাৰে
പര്യായപദങ്ങൾ : পুৰুষ জননাংগ, পুৰুষাংগ, শিশ্ন
അർത്ഥം : জনন কার্যৰ লগত জড়িত যি কোনো অংগ
ഉദാഹരണം :
জননাংগৰ জৰিয়তে জীৱৰ সৃষ্টি হয়
പര്യായപദങ്ങൾ : জননাংগ