അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ঠাইত বস্তু আদি সংগ্রহ কৰি থোৱা হয়
ഉദാഹരണം : এই খাদ্য-সামগ্রীখিনি গুদাম ঘৰত ৰখাৰ উপযোগী হৈছে
പര്യായപദങ്ങൾ : গুদাম ঘৰ
അർത്ഥം : পোচাকত লগোৱা চেপেটা টুকুৰা
ഉദാഹരണം : আপোনাৰ কুর্তাটোৰ এটা বুটাম ছিগিল
പര്യായപദങ്ങൾ : বুটাম, বুতাম
അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
ഇൻസ്റ്റാൾ ചെയ്യുക