അർത്ഥം : গণিতত এটা সংখ্যাৰে আন এটা সংখ্যাৰ বৃদ্ধি কৰা কার্য
ഉദാഹരണം :
দুই আৰু দুই পূৰণ কৰিলে গুণফল চাৰি পোৱা যায়
പര്യായപദങ്ങൾ : পূৰণ
അർത്ഥം : ধনুত লগোৱা একপ্রকাৰৰ ৰচী যাৰ সহায়ত দূৰলৈ কাঁড় নিক্ষেপ কৰিব পাৰি
ഉദാഹരണം :
তেওঁ ধনুত গুণ লগাই আছে
പര്യായപദങ്ങൾ : গুণা
അർത്ഥം : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়
ഉദാഹരണം :
সকলো বস্তুৰে কিছুমান লক্ষণ থাকে
പര്യായപദങ്ങൾ : লক্ষণ