പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গুজৰাটী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গুজৰাটী   বিশেষ্য

അർത്ഥം : যিজন গুজৰাটৰ নিবাসী

ഉദാഹരണം : গুজৰাটত হোৱা ভূমিকম্পই কিমান যে গুজৰাটীক অঘৰী কৰিলে

പര്യായപദങ്ങൾ : গুজৰাট বাসী, গুজৰাট-বাসী

അർത്ഥം : গুজৰাট ৰাজ্যৰ ভাষা

ഉദാഹരണം : গুজৰাটীলোকৰ মাজত থাকি থাকি ্তেওঁ গুজৰাটী কʼবলৈ ধৰিলে

പര്യായപദങ്ങൾ : গুজৰাটী ভাষা

അർത്ഥം : যি লিপিত গুজৰাটী ভাষা লিখা হয়

ഉദാഹരണം : মই গুজৰাটী পঢ়িব নোৱাৰোঁ

പര്യായപദങ്ങൾ : গুজৰাটী লিপি

গুজৰাটী   বিশেষণ

അർത്ഥം : গুজৰাটত থকা বা বসতি কৰা

ഉദാഹരണം : গুজৰাটী লোকে বহুত পৰিশ্রম কৰিব পাৰে

അർത്ഥം : গুজৰাটী ভাষাৰ সৈতে সম্বন্ধ থকা বা গুজৰাটী ভাষাৰ

ഉദാഹരണം : তেওঁ নৰসিংহ মেহতাই লিখা গুজৰাটী গ্রন্থ পঢ়ি আছে

അർത്ഥം : গুজৰাট সম্বন্ধীয়

ഉദാഹരണം : নৱৰাত্রিত গুজৰাটী লোকে দাণ্ডি নৃত্য কৰে