പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গলা   বিশেষ্য

അർത്ഥം : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

ഉദാഹരണം : তেওঁৰ ্ মাতটো বৰ মিঠা

പര്യായപദങ്ങൾ : কণ্ঠ, বোল, মাত, স্বৰ

അർത്ഥം : মূৰটোক ধৰি ৰখা দেহৰ অংগ:জিৰাফৰ ডিঙি বৰ দীঘল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : কণ্ঠদেশ, গল, গ্রীৱাদেশ, টেঁটু, ডিঙি, নেলু

അർത്ഥം : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী

ഉദാഹരണം : তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে

പര്യായപദങ്ങൾ : কলাৰ

അർത്ഥം : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

ഉദാഹരണം : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

പര്യായപദങ്ങൾ : কণ্ঠ

അർത്ഥം : গলি থকা এক অৱস্থা

ഉദാഹരണം : বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়

അർത്ഥം : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

ഉദാഹരണം : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

പര്യായപദങ്ങൾ : কণ্ঠ, গল

গলা   ক্ৰিয়া

അർത്ഥം : গৰমত কোনো গোটা বস্তু জুলীয়া হৈ যোৱা

ഉദാഹരണം : বৰফ বেছি সময় বাহিৰত থʼলে গলি যায়

പര്യായപദങ്ങൾ : গলি যোৱা