അർത്ഥം : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
ഉദാഹരണം :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
പര്യായപദങ്ങൾ : কলাৰ
അർത്ഥം : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
ഉദാഹരണം :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
പര്യായപദങ്ങൾ : কণ্ঠ
അർത്ഥം : গলি থকা এক অৱস্থা
ഉദാഹരണം :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়