അർത്ഥം : হর্ষ, প্রেম আদি আবেগত ৰুদ্ধ হোৱা অস্পষ্ট স্বৰ
ഉദാഹരണം :
মাকে গদগদ স্বৰেৰে পুতেকক আশী্র্বাদ দিলে
പര്യായപദങ്ങൾ : গদগদ্
അർത്ഥം : হাঁহি প্রেম আদিৰ আৱেশেৰে পূর্ণ
ഉദാഹരണം :
ভিক্ষাৰীজনে অনাকাংক্ষিত ধন পাই গদগদ হʼল
അർത്ഥം : অত্যধিক প্রসন্ন
ഉദാഹരണം :
নিজৰ হেৰোৱা লʼৰাটোক বিচাৰি পাই মাক গদগদ হৈ পৰিল