അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
ഉദാഹരണം : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
പര്യായപദങ്ങൾ : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
അർത്ഥം : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
ഉദാഹരണം : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
പര്യായപദങ്ങൾ : মোৰ
അർത്ഥം : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
ഉദാഹരണം : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
പര്യായപദങ്ങൾ : তীব্রতা, বেগ
അർത്ഥം : চলি যোৱা বা গতি কৰা কার্য
ഉദാഹരണം : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
ഇൻസ്റ്റാൾ ചെയ്യുക