പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള গণ্ডগোল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

গণ্ডগোল   বিশেষ্য

അർത്ഥം : বহুতো মানুহে একেলগে চিঞৰ মৰা কার্য যʼত শৰীৰ হালি-জালি দুলি থাকে

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে ছাদৰ ওপৰত হাই-উৰুমি কৰি আছে

പര്യായപദങ്ങൾ : আটাহ, উসমিস, কিৰিলি, কুমৰধ্বনি, কেলৌ-কেচৌ, কেলৌ-মেলৌ, কোর্হাল, গোলমাল, তোলপাৰ, ফুৰুলি, হাই, হাই-উৰুমি, হাল্লা, হুলদিল, হুলস্থূল, হৈ-চৈ, ৰিঙা-ৰোৱা

അർത്ഥം : ব্যৱস্থাৰ অভাৱ

ഉദാഹരണം : অব্যৱস্থাৰ কাৰণে কোনো কাম সময়মতে নহয়

പര്യായപദങ്ങൾ : অব্যৱস্থা, গোলমাল, ঘমঘণ্ট, বিশৃংখলা, হুলস্থূল

അർത്ഥം : জানি-বুজি বা আকোৰগোজ মনোভাবৰ পৰা জন্ম হোৱা বা অপটু কাৰণত হোৱা খেলিমেলি

ഉദാഹരണം : আজিকালি প্রায়বোৰ বিভাগতে কিবা কিবা নহয় কিবা গোলমাল থাকেই

പര്യായപദങ്ങൾ : অব্যৱস্থা, গোলমাল, ঘমঘণ্ট, ঘোটালা, বিশৃঙ্খলা

അർത്ഥം : চিঞৰিলে বা ডাঙৰকৈ উচ্চাৰণ কৰি কথা পাতিলে হোৱা শ্্ব্দ

ഉദാഹരണം : শিক্ষকজন শ্রেণীকোঠাৰপৰা ওলোৱাৰ পিছতে ছাত্র-ছাত্রীবোৰে হুলস্থূল কৰিবলৈ ধৰিলে

പര്യായപദങ്ങൾ : কিৰিলি, কেলকেলনি, কেলমেলনি, কেলৌ-মেলৌ, কোর্হাল, কোলাহল, চিঞৰ-বাখৰ, হল্লা, হাই, হাই-উৰুমি, হাল্লা, হুলস্থূল, হৈ-চৈ