അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সজা বা সজোৱা ভাব
ഉദാഹരണം : তেওঁৰ শৰীৰৰ গঠন আটিল
പര്യായപദങ്ങൾ : গাঁথনি
അർത്ഥം : অনেক অৱয়বযুক্ত ৰচনা
ഉദാഹരണം : মানুহৰ আভ্যন্তৰীণ শাৰীৰিক গঠন জটিল
പര്യായപദങ്ങൾ : ৰচনা
അർത്ഥം : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আকাৰ, গঢ়, মূর্তৰূপ, স্বৰূপ, ৰূপ
അർത്ഥം : সংস্থা বা মণ্ডলী আদি বনোৱা কার্য
ഉദാഹരണം : বিদেশী শাসনৰ পৰা ভাৰতবর্ষক মুক্ত কৰিবৰ কাৰণে ভালেমান বিদ্রোহী সংস্থাৰ গঠন কৰিছিল
പര്യായപദങ്ങൾ : প্রতিষ্ঠা, স্থাপনা
അർത്ഥം : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
ഉദാഹരണം : সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
പര്യായപദങ്ങൾ : বেহু
ഇൻസ്റ്റാൾ ചെയ്യുക