അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ഉദാഹരണം : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
പര്യായപദങ്ങൾ : খুঁটি, গোঁজ
അർത്ഥം : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
ഉദാഹരണം : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
പര്യായപദങ്ങൾ : গোঁজ
അർത്ഥം : ধাতুৰে তৈয়াৰী শাল বা খিলা
ഉദാഹരണം : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে
ഇൻസ്റ്റാൾ ചെയ്യുക