അർത്ഥം : আকাশক চুব পৰাৰ সমান ওখ
ഉദാഹരണം :
চহৰত গগনচুম্বী ভৱন দেখিবলৈ পোৱা যায়
പര്യായപദങ്ങൾ : উত্তুংগ, গগনচুম্বী, ্গগনস্পর্শী
അർത്ഥം : গগন বা আকাশক ভেদ কৰোতা বা বহুত তীব্র
ഉദാഹരണം :
পোন্ধৰ আগষ্টৰ দিনাখন গগনভেদী শ্লোগানেৰে আকাশ মুখৰিত হৈ আছিল
പര്യായപദങ്ങൾ : আকাশভেদী