പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খোৱা   বিশেষ্য

അർത്ഥം : খোৱা কার্য

ഉദാഹരണം : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

പര്യായപദങ്ങൾ : ভক্ষণ

খোৱা   ক্ৰিয়া

അർത്ഥം : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

ഉദാഹരണം : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

പര്യായപദങ്ങൾ : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

അർത്ഥം : মদ সেৱন কৰা

ഉദാഹരണം : উৎসৱৰ দিনাখনো তেওঁ ্খায়

പര്യായപദങ്ങൾ : গিলা, পান কৰা

അർത്ഥം : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ഉദാഹരണം : এই গাড়ীখনে বহুত পেট্রʼল খায়

പര്യായപദങ്ങൾ : লোৱা

അർത്ഥം : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

ഉദാഹരണം : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

പര്യായപദങ്ങൾ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

അർത്ഥം : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

ഉദാഹരണം : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

അർത്ഥം : কথা আদিৰে অশান্তি কৰি থকা

ഉദാഹരണം : আজি সি মোৰ মূৰ খাই দিছে

പര്യായപദങ്ങൾ : চোবোৱা

അർത്ഥം : বাহি থোৱা ভোজন গ্রহণ কৰা

ഉദാഹരണം : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

പര്യായപദങ്ങൾ : ভোজন কৰা

അർത്ഥം : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

ഉദാഹരണം : তেওঁ মর্টন ্চোৱাই আছে

പര്യായപദങ്ങൾ : চোৱোৱা

അർത്ഥം : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ഉദാഹരണം : বৰষুণত লোহা মামৰে খায়

പര്യായപദങ്ങൾ : ধৰা

അർത്ഥം : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

ഉദാഹരണം : অহংকাৰে মানুহক বর্বাদ কৰে

പര്യായപദങ്ങൾ : নষ্ট কৰা, বর্বাদ কৰা