അർത്ഥം : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ഉദാഹരണം :
এই গাড়ীখনে বহুত পেট্রʼল খায়
പര്യായപദങ്ങൾ : লোৱা
അർത്ഥം : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা
ഉദാഹരണം :
সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে
പര്യായപദങ്ങൾ : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা
അർത്ഥം : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা
ഉദാഹരണം :
বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে
അർത്ഥം : বাহি থোৱা ভোজন গ্রহণ কৰা
ഉദാഹരണം :
কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল
പര്യായപദങ്ങൾ : ভোজন কৰা
അർത്ഥം : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা
ഉദാഹരണം :
তেওঁ মর্টন ্চোৱাই আছে
പര്യായപദങ്ങൾ : চোৱোৱা
അർത്ഥം : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা
ഉദാഹരണം :
বৰষুণত লোহা মামৰে খায়
പര്യായപദങ്ങൾ : ধৰা
അർത്ഥം : ব্যক্তিৰ গুণ আদি নষ্ট কৰা
ഉദാഹരണം :
অহংকাৰে মানুহক বর্বাদ কৰে
പര്യായപദങ്ങൾ : নষ্ট কৰা, বর্বাদ কৰা