അർത്ഥം : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা
ഉദാഹരണം :
সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে
പര്യായപദങ്ങൾ : খোল খোৱা
അർത്ഥം : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা
ഉദാഹരണം :
তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে
അർത്ഥം : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা
ഉദാഹരണം :
মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল
പര്യായപദങ്ങൾ : খুলি যোৱা
അർത്ഥം : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা
ഉദാഹരണം :
কোনোবা আদিছে, দুৱাৰখন খোলা
അർത്ഥം : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা
ഉദാഹരണം :
ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে
അർത്ഥം : পিন্ধা বস্তু পৃথক কৰা
ഉദാഹരണം :
লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে
പര്യായപദങ്ങൾ : সোলোকোৱা
അർത്ഥം : বন্ধন, গাঁঠি আদি খোলা
ഉദാഹരണം :
জোতাৰ ৰচীডাল খোলা
അർത്ഥം : নিতৌ কার্য আৰম্ভ ্হোৱা
ഉദാഹരണം :
এই বেংকটো ন বজাত খোলে
അർത്ഥം : নতুনকৈ আৰম্ভ কৰা
ഉദാഹരണം :
প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে
അർത്ഥം : বেংক আদিত খাটা আৰম্ভ কৰা
ഉദാഹരണം :
ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে
അർത്ഥം : ঢাকি নৰখা বা আৱৰি নৰখা
ഉദാഹരണം :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
അർത്ഥം : যিটো বন্ধ নহয়
ഉദാഹരണം :
খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল
അർത്ഥം : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
ഉദാഹരണം :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
പര്യായപദങ്ങൾ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে