പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খোলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খোলা   বিশেষ্য

അർത്ഥം : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

ഉദാഹരണം : মায়ে খোলাৰে মালা চিলাই আছে

പര്യായപദങ്ങൾ : কৱচ, খোলক

അർത്ഥം : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

ഉദാഹരണം : বাদামৰ ওপৰত বহুত টান খোলা থাকে

പര്യായപദങ്ങൾ : আৱৰণ, কবচ

അർത്ഥം : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

ഉദാഹരണം : তেওঁ জুহালত চাহ বনাই আছে

പര്യായപദങ്ങൾ : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

ഉദാഹരണം : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

പര്യായപദങ്ങൾ : খোল খোৱা

അർത്ഥം : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

ഉദാഹരണം : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

പര്യായപദങ്ങൾ : এৰোৱা

അർത്ഥം : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

ഉദാഹരണം : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

അർത്ഥം : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

ഉദാഹരണം : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

പര്യായപദങ്ങൾ : খুলি যোৱা

അർത്ഥം : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

ഉദാഹരണം : কোনোবা আদিছে, দুৱাৰখন খোলা

അർത്ഥം : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

ഉദാഹരണം : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

അർത്ഥം : পিন্ধা বস্তু পৃথক কৰা

ഉദാഹരണം : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

പര്യായപദങ്ങൾ : সোলোকোৱা

അർത്ഥം : বন্ধন, গাঁঠি আদি খোলা

ഉദാഹരണം : জোতাৰ ৰচীডাল খোলা

അർത്ഥം : নিতৌ কার্য আৰম্ভ ্হোৱা

ഉദാഹരണം : এই বেংকটো ন বজাত খোলে

അർത്ഥം : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

ഉദാഹരണം : তেওঁৰ ৰহস্য খুলিল

പര്യായപദങ്ങൾ : ওলোৱা, ফাদিল হোৱা

അർത്ഥം : নতুনকৈ আৰম্ভ কৰা

ഉദാഹരണം : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

അർത്ഥം : বেংক আদিত খাটা আৰম্ভ কৰা

ഉദാഹരണം : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

അർത്ഥം : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

അർത്ഥം : ঢাকি নৰখা বা আৱৰি নৰখা

ഉദാഹരണം : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

പര്യായപദങ്ങൾ : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

അർത്ഥം : যিটো বন্ধ নহয়

ഉദാഹരണം : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

അർത്ഥം : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

ഉദാഹരണം : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

പര്യായപദങ്ങൾ : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে