അർത്ഥം : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
ഉദാഹരണം :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
പര്യായപദങ്ങൾ : ৰং-ধেমালি
അർത്ഥം : খেলৰ প্রদর্শন
ഉദാഹരണം :
চার্কাচৰ বাহিৰৰ জাননী ফলকত খেলৰ সলনি হোৱা সময়সূচী মাৰি থোৱা আছিল
പര്യായപദങ്ങൾ : খেল
അർത്ഥം : মন আনন্দিত কৰিবলৈ বা ব্যায়াম আদিৰ বাবে ইফালে-সিফালে জঁপিওৱা, উল্লাস আদি কৰা
ഉദാഹരണം :
লʼৰা-ছোৱালীবোৰে খেলপথাৰত খেলি আছে
പര്യായപദങ്ങൾ : ক্রীড়া কৰা