പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খুৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খুৰা   বিশেষ্য

അർത്ഥം : শিং থকা চাৰিঠেঙীয়া জন্তুৰ ভৰিৰ একেবাৰে তলত থকা টান ফটা অংশ

ഉദാഹരണം : খেতিপথাৰৰ ঠায়ে-ঠায়ে গৰুৰ খুড়াৰ চিন আছে

പര്യായപദങ്ങൾ : খুড়া

അർത്ഥം : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে

ഉദാഹരണം : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল

പര്യായപദങ്ങൾ : খুটা

അർത്ഥം : দেউতাৰ ভায়েক:মোৰ খুৰা এজন নাম কৰা ডাক্তৰ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : খুৰাদেউ, দদাই, দদাইদেউ

അർത്ഥം : ঘোঁৰাৰ ভৰিৰ তলৰ অংশ

ഉദാഹരണം : ঘোঁৰাৰ খুৰাৰ তললৈ অহা ছাগলী পোৱালীটোৱে গচক খালে