അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দুটা বস্তু বেগেৰে আহি পৰস্পৰে লগ লগা কার্য
ഉദാഹരണം : বাছ আৰু ট্রাকৰ খুন্দাত দহজন লোক আহত হʼল
അർത്ഥം : খুন্দা বা কুটাৰ কার্য
ഉദാഹരണം : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
പര്യായപദങ്ങൾ : কুটা, বনা
അർത്ഥം : কোনো বস্তু ভাগিবলৈ, পিচিবলৈ তাৰ ওপৰত বাৰে বাৰে কোনো ডাঙৰ আৰু ওজন বস্তুৱে আঘাত কৰা কার্য
ഉദാഹരണം : মহিলাসকলে ধান বানি আছে
പര്യായപദങ്ങൾ : খুনা, বনা
അർത്ഥം : কোনো বস্তুক ঘঁহি চূর্ণৰ ৰূপলৈ অনা
ഉദാഹരണം : ঘেঁহু পিহা হʼল
പര്യായപദങ്ങൾ : পিহা
ഇൻസ്റ്റാൾ ചെയ്യുക