അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
ഉദാഹരണം : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
പര്യായപദങ്ങൾ : গজাল, গোঁজ
അർത്ഥം : সৰু আৰু চুটি খুঁ্টা
ഉദാഹരണം : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
അർത്ഥം : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
ഉദാഹരണം : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
പര്യായപദങ്ങൾ : নাও খুঁটি
ഇൻസ്റ്റാൾ ചെയ്യുക