പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খিৰিকি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খিৰিকি   বিশেষ্য

അർത്ഥം : বতাহ আৰু পোহৰ সোমাবৰ কাৰণে বেৰত কৰা সৰু দুৱাৰৰ দৰে অংশ:এই কোঠাটোত এখন খিৰিকি আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : খিড়িকি, গৱাক্ষ, জানলা, জানালা, বাতায়ন

അർത്ഥം : বতাহ চলাচল আৰু পোহৰ সোমোৱাৰ সুচল হোৱাকৈ কোনো ঘৰ আদিত সজা দর্জাৰ নিচিনা কিন্তু তাতকৈ সৰু অংশবিশেষ

ഉദാഹരണം : তেওঁ খিৰিকিৰে বাহিৰ ওলাই গʼল

പര്യായപദങ്ങൾ : গৱাক্ষ, বাতায়ন

അർത്ഥം : বতাহ আৰু পোহৰ সোমোৱাৰ কাৰণে বেৰত সজা জালি থকা ডাঙৰ অংশ বা ছেদ

ഉദാഹരണം : ঘৰখনত বতাহ চলাচল কৰিবৰ কাৰণে তেওঁ প্রতিটো কোঠাতে খিৰিকি লগাইছে

പര്യായപദങ്ങൾ : খিৰিকী, গৱাক্ষ, বাতায়ন

അർത്ഥം : ঘৰ, গাড়ী, জাহাজ আদিৰ বেৰ বা ছাদত বতাহ তথা পোহৰ আহিবলৈ বনোৱা খোলা অংশক খুলিবৰ বাবে বা বন্ধ কৰিবৰ বাবে কাঠ বা ধাতুৰ গঠন যʼত কাঁচ আদি লগোৱা থাকে

ഉദാഹരണം : কোনোবাই কাৰ খনৰ খিৰিকিৰ ্কাঁচ ভাঙিলে