അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাকো উপেক্ষিত নকৰা ভাব
ഉദാഹരണം : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
പര്യായപദങ്ങൾ : ধ্যান, মনোযোগ
അർത്ഥം : স্মৰণশক্তিৰ দ্বাৰা একত্র বা লাভ হোৱা জ্ঞান
ഉദാഹരണം : সৰুকালৰ স্মৃতি অহাৰ লগে মন আনন্দত ভৰি পৰে
പര്യായപദങ്ങൾ : স্মৃতি, স্মৰণ
അർത്ഥം : অনুভব আৰু স্মৃতিৰে মনত জন্মা কোনো ভাব
ഉദാഹരണം : নিজৰ ভাব অনুসৰি মানুহে আচৰণ কৰে
പര്യായപദങ്ങൾ : খেয়াল, ভাব, ভাবনা, মনোভাব
അർത്ഥം : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
ഉദാഹരണം : মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
പര്യായപദങ്ങൾ : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, পৰশ্রীকাতৰতা, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
അർത്ഥം : মনত উদয় হোৱা কথা
ഉദാഹരണം : মোৰ মতে এই কামটো এতিয়াই হৈ যোৱা উচিত বিচাৰৰ ওপৰত বিবেকৰ অংকুশ নিশ্চয় থকা উচিত
പര്യായപദങ്ങൾ : খেয়াল, বিচাৰ, মত
ഇൻസ്റ്റാൾ ചെയ്യുക