അർത്ഥം : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
ഉദാഹരണം :
তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
പര്യായപദങ്ങൾ : খাৰু
അർത്ഥം : ক্ষাৰৰ বা ক্ষাৰ সম্বন্ধীয়
ഉദാഹരണം :
খাৰুৱা বস্তুত খাৰ বা ক্ষাৰৰ গুণ পোৱা যায়
പര്യായപദങ്ങൾ : ক্ষাৰধর্মী, ক্ষাৰীয়