അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : হাতত পিন্ধা এবিধ গহণা:শীলাই সোণৰ খাৰু পিন্ধি আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : কংকণ, কঙ্কণ
അർത്ഥം : গোলাকাৰ বস্তু
ഉദാഹരണം : মোৰ ওচৰত এপাত ৰূপৰ খাৰু আছে তেওঁৰ মুখত চুলিৰ বলয় ওলমি আছে
പര്യായപദങ്ങൾ : বলয়, বৃত্ত
അർത്ഥം : কোনো বস্তু আদিক আটক কৰিবলৈ লগোৱা সৰু খাৰু বিশেষ
ഉദാഹരണം : তেওঁ ্ দুৱাৰৰ শিকলিডাল খাৰুত লগাই তলা মাৰি দিলে
പര്യായപദങ്ങൾ : খাৰুৱা
അർത്ഥം : শিকলিৰ ৰচীৰ এক অংশ
ഉദാഹരണം : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
പര്യായപദങ്ങൾ : আঙুঠি
ഇൻസ്റ്റാൾ ചെയ്യുക