അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাৰো সৈতে নথকা
ഉദാഹരണം : তেওঁ ঘৰত অকলে আছে
പര്യായപദങ്ങൾ : অকলে, একাকী
അർത്ഥം : ভিতৰত একো নথকা বা যি অপূর্ণ
ഉദാഹരണം : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে
പര്യായപദങ്ങൾ : উকা, উদং, শূন্য, শূন্যগর্ভ, ৰিক্ত
അർത്ഥം : যি কোনো কামত ব্যস্ত নহয়
ഉദാഹരണം : মই এই সময়ত খালী আছোঁ
പര്യായപദങ്ങൾ : কামহীন, ্কর্মহীন
അർത്ഥം : যি কোনো সময়ত কোনো কাৰণবশতঃ ব্যৱহাৰ হৈ থকা নাই
ഉദാഹരണം : আজি মোৰ গণিতৰ ঘণ্টাটো খালী আছে
ഇൻസ്റ്റാൾ ചെയ്യുക