അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
ഉദാഹരണം : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
പര്യായപദങ്ങൾ : জলাশয়, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
അർത്ഥം : দীঘল আৰু গভীৰ ্গাঁত
ഉദാഹരണം : চালকৰ অসাৱধানতাৰ কাৰণেই বাছখন খাৱৈত পৰিল
പര്യായപദങ്ങൾ : খাদ, খাৱৈ
അർത്ഥം : বাৰিষাকালত মাটি ্হেঁ্চা খাই সৃষ্টি হোৱা গাঁত বিশেষ
ഉദാഹരണം : কেঁ্চা ৰাষ্টাটোৰ ঠায়ে-ঠায়ে খাল হৈছে
പര്യായപദങ്ങൾ : গাঁত
ഇൻസ്റ്റാൾ ചെയ്യുക