അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
ഉദാഹരണം : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
പര്യായപദങ്ങൾ : কপি, বহী
അർത്ഥം : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
ഉദാഹരണം : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
അർത്ഥം : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
ഉദാഹരണം : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
പര്യായപദങ്ങൾ : বহী
ഇൻസ്റ്റാൾ ചെയ്യുക