അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দুষ্ট বা মিছলীয়া ব্যক্তি
ഉദാഹരണം : দুর্জনৰ সংগৰ ্পৰা আঁতৰি থাকিবা
പര്യായപദങ്ങൾ : দুর্জন, দুৰাচাৰী, দুৰাত্মা, বেয়া মানুহ, শঠ, ্হাৰামি
അർത്ഥം : দুষ্কর্ম কৰোতা বা যি ভাল কাম নকৰে
ഉദാഹരണം : দুষ্কর্মলৈ ভয় কৰিবা, কিন্তু ্দুষ্কর্মী লোকলৈ নহয়
പര്യായപദങ്ങൾ : কু-কর্মক্াৰী, দুষ্কর্মী, দুষ্কার্যক্াৰী, দুষ্কৃতিকাৰী, দুৰাচাৰী, ্অপকর্মী, ্দুষ্কর্মক্াৰী
അർത്ഥം : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অধম, অসজ, অসজ্জন, অসন্ত, অসাধু, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
അർത്ഥം : ভালৰ ওলোটা বা বিপৰীত
ഉദാഹരണം : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
പര്യായപദങ്ങൾ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
ഇൻസ്റ്റാൾ ചെയ്യുക