പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള খবৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

খবৰ   বিশেষ্য

അർത്ഥം : মনোযোগ দিয়া

ഉദാഹരണം : বিলাতলৈ যোৱাৰ পিছত মনোজে কেতিয়াও নিজৰ ্গাঁৱৰ মাক-দেউতাকৰ খবৰ লোৱা নাছিল

പര്യായപദങ്ങൾ : সোধ

അർത്ഥം : সেই ধৰণৰ কথা যাৰ আলমত অন্য কোনো ডাঙৰ কথা, ঘটনা, ৰহস্য আদিৰ অনুসন্ধান কৰা হয়

ഉദാഹരണം : কালি হোৱা বেংক ডকাইতিৰ এতিয়ালৈকে কোনো ধৰণৰ শুংসূত্র বিচাৰি পোৱা নাই

പര്യായപദങ്ങൾ : খা-খবৰ, শুংসূত্র

അർത്ഥം : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা

ഉദാഹരണം : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল

പര്യായപദങ്ങൾ : বতৰা, বাতৰি, সংবাদ, সমাচাৰ, সম্বাদ

അർത്ഥം : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ

ഉദാഹരണം : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল

പര്യായപദങ്ങൾ : খবৰ বাতৰি, বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ

അർത്ഥം : মুখেৰে কোৱা কোনো সমাচাৰ

ഉദാഹരണം : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ

പര്യായപദങ്ങൾ : বাতৰি, সন্দেশ

അർത്ഥം : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা

ഉദാഹരണം : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে

പര്യായപദങ്ങൾ : জাননী, বাতৰি