അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কবিতা বা গীতৰ কোনো চৰণ বা পদ
ഉദാഹരണം : সীতাই স্বৰচিত কবিতাৰ এটা খণ্ড শুনালে
അർത്ഥം : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
ഉദാഹരണം : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
പര്യായപദങ്ങൾ : টুকুৰা, পীচ
അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
പര്യായപദങ്ങൾ : অংগ, অংশ, টুকুৰা, বিভাগ, ভাগ
അർത്ഥം : যিকোনো বস্তুৰ গোটা টুকুৰা
ഉദാഹരണം : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
പര്യായപദങ്ങൾ : টুকুৰা
അർത്ഥം : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়
ഉദാഹരണം : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে
പര്യായപദങ്ങൾ : অধ্যায়, পর্ব
അർത്ഥം : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি
ഉദാഹരണം : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা
പര്യായപദങ്ങൾ : অংক, নম্বৰ, সংখ্যা
അർത്ഥം : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
ഉദാഹരണം : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
പര്യായപദങ്ങൾ : টুকুৰা, ভাগ
അർത്ഥം : কোনো গ্রন্থ, ইতিহাস বা মানৱ জীৱনৰ একোটা অংশক কৰা নামকৰণ:ভকতজনে তিথি উপলক্ষে কীর্ত্তনৰ পাঁচটা অধ্যায় ব্যাখ্যা কৰিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অংক, অধ্যায়, অনুচ্ছেদ, আধ্যা, ছেদ, পাঠ, ভাগ
ഇൻസ്റ്റാൾ ചെയ്യുക