അർത്ഥം : হিচাপৰ কেঁ্চা চিঠা
ഉദാഹരണം :
তেওঁ হিচাপ কৰাৰ পিছত খচৰাখন ফালি পেলালে
അർത്ഥം : হাতেৰে লিখা পুস্তক বা দস্তাবেজ
ഉദാഹരണം :
সংগ্রহালয়ত বহুত প্রাচীন পাণ্ডুলিপি আছে
പര്യായപദങ്ങൾ : পাণ্ডুলিপি, পাণ্ডুলেখ
അർത്ഥം : কাটি-কুটি শুদ্ধ কৰিব পৰা লিখনিৰ পূর্ব ৰূপ
ഉദാഹരണം :
মন্ত্রীমহোদয়ৰ ভাষণৰ খচৰা তৈয়াৰ হৈ আছে
പര്യായപദങ്ങൾ : পাণ্ডুলেখ