അർത്ഥം : কোনো কাম কৰা কার্য ্বা ভাৱ
ഉദാഹരണം :
ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল
പര്യായപദങ്ങൾ : কাম কৰা
അർത്ഥം : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য
ഉദാഹരണം :
শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে
അർത്ഥം : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা
ഉദാഹരണം :
তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব
പര്യായപദങ്ങൾ : লাগি থকা
അർത്ഥം : (ত) লগোৱা বা কৰা
ഉദാഹരണം :
চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়
അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ഉദാഹരണം :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
പര്യായപദങ്ങൾ : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা