പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কৰ   বিশেষ্য

അർത്ഥം : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

ഉദാഹരണം : তাৰ হাতত বৰ জোৰ আছে

പര്യായപദങ്ങൾ : পাণি, ভূজ, হস্ত, হাত

അർത്ഥം : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

ഉദാഹരണം : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

പര്യായപദങ്ങൾ : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক

അർത്ഥം : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

ഉദാഹരണം : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

പര്യായപദങ്ങൾ : হস্ত, হাত

അർത്ഥം : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : পাণি, হস্ত, হাত

അർത്ഥം : খেতি-বাতিৰ মাটিত লগোৱা কৰ

ഉദാഹരണം : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

പര്യായപദങ്ങൾ : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক

അർത്ഥം : মণিবন্ধৰ আগৰ অংশ

ഉദാഹരണം : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

പര്യായപദങ്ങൾ : হাত