പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ক্ষোভ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ক্ষোভ   বিশেষ্য

അർത്ഥം : কোনো উচিত, আৱশ্যক বা ভাললগা কথা নোহোৱাৰ কাৰণে মনত হোৱা দুখ

ഉദാഹരണം : মই আপোনাৰ কামটো সময়মতে কৰিব নোৱাৰাৰ বাবে দুখিত

പര്യായപദങ്ങൾ : অনুতাপ, আফচোচ, খেদ, গ্লানি, দুঃখ, দুঃখিত, দুখ, দুখিত

അർത്ഥം : মনত হেঁচি ৰখা ক্রোধ, দুখ বা দ্বেষ

ഉദാഹരണം : দেউতা কার্যালয়ৰ পৰা ঘূৰি অহাৰ লগে লগেই মায়ে দিনটোৰ ক্ষোভ উজাৰিলে

അർത്ഥം : কোনো ভয়ানক বা চিন্তাজনক ঘটনাৰ কাৰণে মানুহে খোৱা ভয় যাৰ ফলস্বৰূপে মানুহে নিজক ৰক্ষা কৰাৰ উপায় চিন্তা কৰে

ഉദാഹരണം : বোমা বিস্ফোৰণৰ লগে লগে মানুহৰ মাজত অশান্তি বিয়পি পৰিল

പര്യായപദങ്ങൾ : অশান্তি, উদ্বেগ