പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ক্ষমতা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ক্ষমতা   বিশেষ্য

അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ഉദാഹരണം : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

പര്യായപദങ്ങൾ : এনার্জি, তেজ, শক্তি

അർത്ഥം : কিবা ধাৰণ কৰাৰ যোগ্যতা বা শক্তি

ഉദാഹരണം : এই চিনেমা গৃহটোৰ ধাৰণ ক্ষমতা পাঁচশ

പര്യായപദങ്ങൾ : ধাৰণ ক্ষমতা

അർത്ഥം : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়

ഉദാഹരണം : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়

പര്യായപദങ്ങൾ : উপযুক্ততা, যোগ্যতা, সামর্থ্য

അർത്ഥം : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

പര്യായപദങ്ങൾ : শক্তি, সামর্থ্য