അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি
ഉദാഹരണം : সময় কাৰোবাবে ৰৈ নাথাকে
പര്യായപദങ്ങൾ : কাল, বেলা, সময়
അർത്ഥം : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি
ഉദാഹരണം : এই কামটো কৰিবৰ সময় হʼল
പര്യായപദങ്ങൾ : দাও, বেলা, সময়, সুচল, সুযোগ
അർത്ഥം : কাল বা সময়ৰ সবাটোকৈ সৰু একক
ഉദാഹരണം : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
പര്യായപദങ്ങൾ : নিমেষ, লহমা
അർത്ഥം : অনিশ্চিত কম সময়
ഉദാഹരണം : আপুনি এখন্তেক ৰওক মই এক চেকেণ্ডত আহিম
പര്യായപദങ്ങൾ : খন্তেক, চেকেণ্ড, মিনিট
ഇൻസ്റ്റാൾ ചെയ്യുക