അർത്ഥം : একেশ্রেণীৰ সকলো ছাত্র-ছাত্রী বহি পঢ়া পঢ়াশালীৰ কোঠা বিশেষ
ഉദാഹരണം :
আমাৰ বিদ্যালয়ত দুটা নতুন শ্রেণীকোঠা সাজি আছে
പര്യായപദങ്ങൾ : শ্রেণীকোঠা
അർത്ഥം : একে শ্রেণীতে পঢ়ি থকা সকলো বিদ্যার্থী
ഉദാഹരണം :
এজন ছাত্রৰ কাৰণে গোটেই শ্রেণীটোৱে শাস্তি পালে
പര്യായപദങ്ങൾ : শ্রেণী
അർത്ഥം : * বিদ্যার্থীসকলৰ সেই শ্রেণী যি একেলগে স্নাতক কৰিছে বা কৰি আছে
ഉദാഹരണം :
শ্যামা বিশ্ববিদ্যালয়ৰত মোৰ ক্লাছৰে আছিল
പര്യായപദങ്ങൾ : ইয়েৰ