അർത്ഥം : ক্রোৱেছিয়াৰ নিবাসী
ഉദാഹരണം :
সন্মিলনত উপস্থিত ক্রোৱেছিয়ান সকলক আমি আমাৰ দেশলৈ মাতিছো
പര്യായപദങ്ങൾ : ক্রোৱেছিয়া বাসী, ক্রোৱেছিয়া-বাসী, ক্রোৱেছিয়াবাসী
അർത്ഥം : ক্রোৱেছিয়াৰ লোকসকলৰ ভাষা
ഉദാഹരണം :
মোৰ ক্রোৱেছিয়ান শিকাত কোনো ৰুচি নাই
പര്യായപദങ്ങൾ : ক্রোৱেছিয়ান ভাষা
അർത്ഥം : ক্রোৱেছিয়ান ভাষা সম্বন্ধী বা ক্রোৱেছিয়ান ভাষাৰ
ഉദാഹരണം :
শিক্ষকে আমাক ক্রোৱেছিয়ান কাহিনীৰ সাৰাংশ কৈ আছিল
അർത്ഥം : ক্রোৱেছিয়াৰ বা ক্রোৱেছিয়া সম্বন্ধী
ഉദാഹരണം :
চলচিত্র-মহোৎসৱত এখন ক্রোৱেছিয়ান চলচিত্র দেখুৱা হৈছিল