പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কোৱা   বিশেষ্য

അർത്ഥം : কোৱা কথা

ഉദാഹരണം : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা

പര്യായപദങ്ങൾ : উক্তি, কথন, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা

কোৱা   ক্ৰিয়া

അർത്ഥം : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা

ഉദാഹരണം : তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে

പര്യായപദങ്ങൾ : দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, ব্যক্ত কৰা, শিকাই দিয়া

അർത്ഥം : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য

ഉദാഹരണം : মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে

പര്യായപദങ്ങൾ : বুজোৱা

അർത്ഥം : স্থিৰ কৰা

ഉദാഹരണം : তেওঁ দুই ্বজাত আহিবৰ বাবে কৈছিল

അർത്ഥം : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ഉദാഹരണം : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

പര്യായപദങ്ങൾ : লোৱা

അർത്ഥം : কোনো বস্তু বা খবৰ আদিৰ বিষয়ে কাৰোবাক পৰিচিত কৰি দিয়া

ഉദാഹരണം : তেওঁ ্মোক কʼলে যে তেওঁ ্কাম এৰি যাবলৈ ওলাইছে

പര്യായപദങ്ങൾ : জনোৱা

അർത്ഥം : ভাল-বেয়া কোৱা

ഉദാഹരണം : মোৰ শাহুৱে মোক সদায় কিবা নহয় কিবা শুনাই থাকে

പര്യായപദങ്ങൾ : শুনোৱা

അർത്ഥം : কোনো কথা কোৱাত প্রবৃত্ত কৰা

ഉദാഹരണം : শিক্ষকে ছাত্র-ছাত্রীক পাঠ আওৰাই আছে

പര്യായപദങ്ങൾ : আওৰোৱা

അർത്ഥം : মুখেৰে ব্যক্ত বা স্পষ্ট ধ্বনি উলিওৱা

ഉദാഹരണം : সীমাই 'স'-ক 'খ' বুলি উচ্চাৰণ কৰে

പര്യായപദങ്ങൾ : উচ্চাৰণ কৰা

അർത്ഥം : কিবা কৈ বাধক হোৱা

ഉദാഹരണം : আপুনি মাজত কথা নকʼব আপুনি মাজত কিয় কয়

അർത്ഥം : নামেৰে জনা

ഉദാഹരണം : মানুহে গান্ধীজীক বাপু বুলিও কয়

പര്യായപദങ്ങൾ : মতা

അർത്ഥം : সামর্থ্্ৱান হোৱাৰ কাৰণে জোৰ দিয়া

ഉദാഹരണം : পইচাই কথা কয়

അർത്ഥം : * চিহ্ন, ইংগিত, সূত্র আদিৰ মাধ্যমেৰে কোৱা বা জ্ঞান দিয়া

ഉദാഹരണം : আপুনি এই দুয়োখন চহৰৰ মাজৰ দূৰত্ব কিঃমিঃত কʼবনে

അർത്ഥം : মৌখিক ্বর্ণ্্না কৰা কার্য

ഉദാഹരണം : তেওঁ নিজৰ ৰাম কাহিনী শুনালে

പര്യായപദങ്ങൾ : শুনোৱা

അർത്ഥം : কিবা কৰিবলৈ আদেশ দিয়া

ഉദാഹരണം : গুৰুৱে ঘৰলৈ যাবলৈ কʼলে তেওঁ নিজে একো নকৰে, কিন্তু আনক হʼলে বৰ আদেশ দি থাকে

പര്യായപദങ്ങൾ : আজ্ঞা কৰা, আদেশ দিয়া, হুকুম দিয়া

അർത്ഥം : কোনো বস্তু, কাম আদিৰ বিষয়ে কোৱা

ഉദാഹരണം : তেওঁ কʼলে যে ৰহিম আজি নাহে

അർത്ഥം : মুখেৰে (কোনো কথা বা ৰায় আদি) ব্যক্ত কৰা

ഉദാഹരണം : আপোনাৰ যি কʼব লগা আছে, মোক কওক শিশুটোৱে ৰাম-ৰাম বুলিছে ককা-দেউতাই কিবা কৈ আছে

പര്യായപദങ്ങൾ : বেকত কৰা, বোলা

അർത്ഥം : অভিহিত কৰা

ഉദാഹരണം : বেণাৰসক কাশী বুলিও কোৱা হয়

പര്യായപദങ്ങൾ : অভিহিত কৰা

কোৱা   বিশেষণ

അർത്ഥം : যাৰ দ্বাৰা কোনো কথা ব্যক্ত হৈছে

ഉദാഹരണം : বোবাজনৰ কথা কোৱা চকুযুৰিয়ে মোক ভাবুক কৰি তুলিলে