പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কোৰিয়ান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কোৰিয়ান   বিশেষ্য

അർത്ഥം : কোৰিয়া দেশৰ অধিবাসী

ഉദാഹരണം : সাঁতোৰ প্রতিযোগিতাৰ স্বর্ণপদক ্কোৰিয়ানে লাভ কৰিলে

പര്യായപദങ്ങൾ : কোৰিয়া বাসী, কোৰিয়া-বাসী, কোৰিয়াবাসী

അർത്ഥം : যি লিপিত কোৰিয়ান ভাষা লিখা হয়

ഉദാഹരണം : অৱশেষত তেওঁ ্কোৰিয়ান লিখিবলৈ সক্ষম হʼল

പര്യായപദങ്ങൾ : কোৰিয়ান লিপি

അർത്ഥം : কোৰিয়া দেশৰ ভাষা

ഉദാഹരണം : কোৰিয়ালৈ যোৱাৰ পিছত শৃংখলাই কোৰিয়ান শিকিলে

പര്യായപദങ്ങൾ : কোৰিয়ান ভাষা, কোৰিয়ান-ভাষা

কোৰিয়ান   বিশেষণ

അർത്ഥം : কোৰিয়া দেশৰ বা কোৰিয়া দেশৰে সম্পর্কিত

ഉദാഹരണം : কোৰিয়ানসকল হস্তকলাত প্রসিদ্ধ

അർത്ഥം : কোৰিয়া ভাষাৰ বা কোৰিয়া ভাষাৰ সৈতে সম্বন্ধ থকা

ഉദാഹരണം : কোৰিয়াত থাকি মনোহৰণে কোৰিয়ান সাহিত্যৰ সোৱাদ লʼলে