പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কোষ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কোষ   বিশেষ্য

അർത്ഥം : বহুমূলীয়া বা উৎকৃষ্ট বস্তুৰ সংগ্রহ

ഉദാഹരണം : তেওঁৰ ওচৰত পুৰণি মুদ্রা, গহণা আদিৰ ভাণ্ডাৰ আছে

പര്യായപദങ്ങൾ : কোষাগাৰ, ভঁৰ্াল, ভঁৰ্াল ঘৰ, ভাণ্ডাৰ

അർത്ഥം : ক্রম অনুসৰি শ্্ব্দৰ অর্থ আৰু পৰিচয় থকা গ্রন্থ

ഉദാഹരണം : আজিও হিন্দী ভাষাত এখন ভাল অভিধানৰ অভাৱ

പര്യായപദങ്ങൾ : অভিধান, কোষগ্রন্থ, শ্্ব্দকোষ, শ্্ব্দার্থকোষ, শ্্ব্দার্থগ্রন্থ

അർത്ഥം : বহুত ধন থকা কোষ বা স্থান

ഉദാഹരണം : ডকাইতে কোষাগাৰত থোৱা সকলো ধন লুট কৰি লৈ গʼল

പര്യായപദങ്ങൾ : কোষাগাৰ, খাজানা, ভাণ্ডাৰ

അർത്ഥം : সকলো প্রাণীৰ মূল গঠনাত্মক তথা কার্যাত্মক একক যাৰ দ্বাৰা প্রাণীসমূহৰ নি্র্মাণ হৈছে

ഉദാഹരണം : অনুবীক্ষণেৰে চালে কোষ এক কক্ষৰ ৰূপত দেখা যায়

പര്യായപദങ്ങൾ : জীৱৰ একক

അർത്ഥം : সঞ্চিত ধন, জ্ঞান আদি

ഉദാഹരണം : ককাদেউতা এটা চলমান জ্ঞানৰ ভাণ্ডাৰ

പര്യായപദങ്ങൾ : খাজানা, নিধি, ভাণ্ডাৰ

അർത്ഥം : উদ্ভিদ বা জীৱদেহৰ ক্ষুদ্রতম অংশ বিশেষ

ഉദാഹരണം : মানৱ শৰীৰত ভালেমান প্রকাৰৰ কোষ পোৱা যায়