അർത്ഥം : কোমল বা অদৃঢ় হোৱা অৱস্থা বা ভাৱ
ഉദാഹരണം :
সহজতে ভাগি যোৱা বস্তুৱে নিজৰ অদৃঢ়তাৰ পৰিচয় দিয়ে
പര്യായപദങ്ങൾ : অদৃঢ়তা, অপৰিপক্কতা
അർത്ഥം : কোমল হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
ফুলৰ কোমলতাই সকলোকে আকর্ষিত কৰে
അർത്ഥം : সুকোমল বা মোলায়েম হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
ৰাম, লক্ষ্মণ আৰু সীতাৰ কোমলতা দেখি বনবাসীসকলৰ মনত দয়া উপজিল