അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ
ഉദാഹരണം : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল
പര്യായപദങ്ങൾ : বেগ, সোঁত
അർത്ഥം : শীঘ্র হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে
പര്യായപദങ്ങൾ : ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, বেগাই, শীঘ্রতা, সত্বৰতা
അർത്ഥം : কোনো বস্তুৰ ওপৰত আন বস্তু জোৰকৈ আহি পৰি যোৱা কার্য, যʼত কেতিয়াবা কেতিয়াবা অনিষ্ট বা হানিও হয়
ഉദാഹരണം : তেওঁ ্ লাঠিৰে মোক আঘাত কৰিলে
പര്യായപദങ്ങൾ : আঘাত, ঘা, চোট, জখম, প্রহাৰ, মাৰ
ഇൻസ്റ്റാൾ ചെയ്യുക