പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള কোপিত എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

কোপিত   ক্ৰিয়া

അർത്ഥം : দুখী হৈ খং কৰা

ഉദാഹരണം : পুতেকৰ ভুল সিদ্ধান্তত অতীষ্ঠ হৈ মাকে মনৰ মাজতে কোপিত হৈছিল

কোপিত   বিশেষণ

അർത്ഥം : যি প্রসন্ন নহয়

ഉദാഹരണം : ৰামৰ আচৰণত গুৰুদেৱ অসন্তুষ্ট হৈছে

പര്യായപദങ്ങൾ : অপ্রসন্ন, অসন্তুষ্ট, ক্ষুণ্ণ, নাৰাজ, ৰুষ্ট

അർത്ഥം : যাৰ খং উঠিছে

ഉദാഹരണം : খঙাল লোক বিবেকশূন্য হৈ পৰে

പര്യായപദങ്ങൾ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট

അർത്ഥം : যি স্বভাৱতেই অধিক খং কৰে

ഉദാഹരണം : খঙাল ব্যক্তিৰ পৰা সকলোৱেই আঁতৰি থাকিব বিচাৰে

പര്യായപദങ്ങൾ : কুপিত, কোদোৱা, কোপন, কোপান্বিত, কোপাৱিষ্ট, ক্রুদ্ধ, ক্রোধপৰ, ক্রোধপৰবশ, ক্রোধবশ, ক্রোধযুক্ত, ক্রোধান্ধ, ক্রোধান্বিত, ক্রোধাবিষ্ট, ক্রোধিত, ক্রোধী, ক্রোধোদ্দীপক, ক্রোধোন্মত্ত, খঙাল, খঙ্গাল, গোঙোৰা, ৰাগান্ধ, ৰাগান্বিত, ৰাগী, ৰুখাৰি, ৰুষ্ট