അർത്ഥം : মৈদাৰে তৈয়াৰ কৰা শংকু আকৃতিৰ বস্তু যʼত আইচক্রীম ভৰাই খোৱা হয়
ഉദാഹരണം :
কোণ বহুত মচমচীয়া হʼলে খাই ভাল লাগে
പര്യായപദങ്ങൾ : আইচক্রীম কোণ
അർത്ഥം : দুডাল সৰল ৰেখা পৰস্পৰ লগহোৱা স্থান
ഉദാഹരണം :
এই কোণটো পঞ্চল্লিশ ডিগ্রীৰ