അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এশ লাখ বুজোৱা সংখ্যা
ഉദാഹരണം : কোটিত একৰ পিছত সাতটা শূন্য হয়
പര്യായപദങ്ങൾ : কৌটি, কৌড়, কৌৰ, ১০০০০০০০
അർത്ഥം : অংকৰ হিচাপত এককৰ স্থানৰ পৰা গণনা কৰিলে অষ্টম স্থানত পোৱা মান যʼত কোটি গুণিতক পোৱা যায়
ഉദാഹരണം : চাৰিকোটি একত চাৰি কোটিৰ স্থানত থাকে
അർത്ഥം : এশ লাখ:ৰাজীৱে এক কোটি টকা পুৰস্কাৰ হিচাপে পাইছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : এক কোটি, কৌটি, ১০০০০০০০
ഇൻസ്റ്റാൾ ചെയ്യുക