അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শীতপ্রধান দেশত হোৱা এবিধ সুগন্ধি ফুলৰ ঠাৰি
ഉദാഹരണം : মই কেশৰ দিয়া আইচক্রীম খাই বৰ ভাল পাওঁ
പര്യായപദങ്ങൾ : কুমকুম, কেশৰ, জাফৰান
അർത്ഥം : উৎকৃষ্ট সুগন্ধিৰ কাৰণে প্রসিদ্ধ শীতপ্রধান দেশত হোৱা এবিধ গছ যাৰ সৰু-সৰু ঠাৰিৰ পৰা সুগন্ধি নি্র্গত হয়
ഉദാഹരണം : কেসৰৰ পৰা পোৱা সুগন্ধি পদার্থৰ ব্যৱহাৰ ধর্ম ্কার্যটো কৰা হয়
പര്യായപദങ്ങൾ : কেশৰ
ഇൻസ്റ്റാൾ ചെയ്യുക